Ticker

6/recent/ticker-posts

10 Popular App and website block in China in Assamese

ভাৰতত 59 চাইনিজ এপ ভাৰত চৰকাৰে বন্ধ কৰিছে, এই সিদ্ধান্ত বেছিভাগ ভাৰতীয়া আকোৱালী লৈছে, ভাৰতৰ লগত আমেৰিকাতো চীনৰ এপ বন্ধ হোৱাৰ সম্ভৱনা আছে।

আপুনি হয়তো জানি আচৰিত হব যে আমি ব্যৱহাৰ কৰা জনপ্ৰিয় এপবোৰ চীনত আগৰ পৰাই ব্যান/ বন্ধ আছিল।


Google (গুগল):- বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় সার্চ ইঞ্জিনটি এপ Google (গুগল) চীন চৰকাৰে আগৰ পৰাই ব্লক/ অৱৰোধ কৰি ৰাখিছে। ইয়াৰ বাবে তেওঁলোকে চীনৰ নিজৰ এপ Baidu (বাইডু) এপ্ ব্যৱহাৰ কৰে।

Facebook (ফেচবুক):- বিশ্বৰ নম্বৰ সামাজিক নেটৱাৰ্ক Facebook (ফেচবুক) চীনত ব্যান/ বন্ধ ইয়াৰ বিপৰীতে তেওঁলোকে WeChat (ৱিচাট্) ব্যৱহাৰ কৰে।

Twitter (টুইটাৰ):- মাইক্ৰব্লগিং Twitter (টুইটাৰ) চীনত বন্ধ, ইয়াৰ বিপৰীতে তেওঁলোকে Weibo (ৱেইবো) ব্যৱহাৰ কৰে।

Instagram(ইনচ্টাগ্ৰাম)- ফটো সেয়াৰিং প্লাটফৰ্ম ইন্চাটাগ্ৰাম ফেচবুকৰ এটা অংগ। ফেচবুকৰ লগত চীন ইন্চটাগ্ৰামো বন্ধ আছে।

WhatsApp(ৱাটচএপ্):-  বৰ্তমান ইণ্ডিয়াৰ জনপ্ৰিয় মোবাইল মেছেচিং এপ (WhatsApp) ৱাটচএপৰ বিষয়ে সকলোৱে জানে। ৱাটচএপৰ মালিকিস্বত্ব হৈছে ফেচবুক। চীন ফেচবুকৰ লগত

WhatsApp বন্ধ আছে। তেওঁলোকে QQ(কিউকিউ) ব্যৱহাৰ কৰে।

Tindar(টিনডাৰ):- টিন্ডাৰ হৈছে ডেটিং ৱেবছাইট, চীনত এইটো ব্যৱহাৰ কৰিব নোৱাৰিব। ইয়াৰ বিপৰীতে Momo(মোমো) এপ্ চীনত ব্যৱহাৰ কৰিব পৰা যায়।

YouTube (ইউটুব):- ইণ্ডিয়া নম্বৰ ভেডিঅ প্লাটফৰ্ম ইউটুব চীন অৱৰুদ্ধ। তাৰ বিপৰিতে তেওলোকে Youku ব্যৱহাৰ কৰে।

Gmail(জিমেইল):- জীমেইল হইছে গুগলৰ এটা ইমেইল ছাৰ্ভিচ। চীনত গুগলৰ লগত জীমেইলও বন্ধ আছে। তেওঁলোক চীনৰ বিভিন্ন ধৰমৰ ইমেইল ব্যৱহাৰ কৰে।

Google Maps (গুগল মেপ্):- গুগল মেপ সহায়ত আমি মোবাইল পৃথিৱীৰ যিকোনো অঞ্চলৰ লোকেশ্বন দেখিব পাৰো আৰু যাত্ৰা কৰাৰ সময়ত গুগল মেপ্ আমাৰ বহুতো উপকাৰ কৰে। কিন্তু গুগল মেপ চীন নিসিদ্ধ।

Quora(কোওৰা):- প্ৰশ্নৰ উত্তৰ বাবে চীন Zhihu নামৰ ৱেবছাইট ব্যৱহাৰ কৰে। জনপ্ৰিয় ৱেবছাইট Quora চীনত বন্ধ/ অৱৰোধ কৰি ৰাখিছে।

# 10 Popular App and website block in China in Assamese

 


Post a Comment

0 Comments