Ticker

6/recent/ticker-posts

Download SEBA result 2020 in Assamese // কেনেকৈ ছেবাৰ ৰিজাল্ট ডাউনলোড্ কৰিব পাৰি।।

১০ ফেব্ৰুৱাৰী ২০২০ পৰা 2020-21 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হৈছিল । ৩,৪৮,৭৩৯ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু ৯,৭০৭ গৰাকী হাইমাদ্ৰাছা পৰীক্ষাৰ পৰীক্ষাৰ্থীলৈ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া ৩,৫৮,৪৪৬ গৰাকী।



সাধাৰণতে প্ৰতিবছৰৰ মে' মাহৰ প্ৰথম সপ্তাহতে দিয়া হয় মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। কিন্তু এইবাৰ কোৰোনা ভাইৰাছৰ বাবে এইবাৰ পলমকৈ দিয়া হল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট।

তলৰ লিংকবোৰত ক্লিক কৰি আপুনি ৰাতিপুৱা ৯.০০ বজাৰ পৰা আপোনাৰ ৰিজাল্টখন অনলাইনত দেখিব আৰু প্ৰিণ্টিং কৰিব পাৰে।

Official Website
Result Link 1 (Active)

Result Link 2 (Active)

Non-Official Website
Result Link 3 (Active) Link ভাল আছে

Result Link 4 (Coming soon)

Result Link 5 (Coming soon)

কোৰোনা ভাইৰাছৰ বাবে আপুনি কম্পিউটাৰত প্ৰিণ্টিং কৰা ডিজিটেল মাৰ্কসীট খনৰে আপুনি যিকোনো মহাবিদ্য়ালয়ত নামভৰ্ত্তি কৰিব পাৰে।

Post a Comment

1 Comments