Ticker

6/recent/ticker-posts

Massive fire at Assam’s Baghjan oil well that has been spewing gas for two weeks. News in assamese // বাঘজানত অগ্নিৰ ৰুদ্ৰ ৰূপ




  • উজনি অসম তিনিচুকীয়া জিলাৰ বাঘজান অঞ্চলত ইণ্ডিয়া লিমিটেডৰ তেল খাদত বিষ্ফোৰণ, ভয়ংকৰ জুই লাগিছে খাদটোত। 
  • ডিব্ৰূ-ছৈখোৱা বাঘজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। 
  • যোৱা ১৩ দিন ধৰি নিৰ্গত হৈ আছিল গেছ। 
  • ছিংগাপুৰৰ পৰা ৩ বিশেষজ্ঞ অহাৰ আগতে জুই লাগিল তৈলখাদত।
  • ৫ নং খাদত তেল গেছ নিৰ্গমস্থলীত জুই লগাত ভংয়কৰ ক্ষতি সাধন হৈছে।
  • সমগ্ৰ অঞ্চলত জুই আৰু কলা ধুৱা ছানি ধৰিছে।
  • অঞ্চলটোৰ বহুতো ক্ষতি সাধন হৈছে ।
  • স্থানীয় মানুহবোৰ বেলেগঠাইলৈ গুচি যাবলৈ সক্ষম হৈছে।

Post a Comment

0 Comments