Ticker

6/recent/ticker-posts

Parle-G broke this 80-year-old record during lockdown // গৰীবৰ বন্ধু পাৰ্লেজি বিছকুট

শিশু কালত সকলোৰে প্ৰিয় আছিল পাৰ্লেজি (PARLE-G) বিছকুট, ডাঙৰ হোৱাত মুখৰ স্বাদ পৰিবৰ্তন হৈছিল। কিন্তু আজি তলাবন্ধৰ (Lockdown) বিপদৰ বন্ধু হৈ পৰিছে এই বিছকুট। যেতিয়া চহৰত কাম বন্ধ হৈ গৈছিল আৰু হাজাৰ হাজাৰ শ্ৰমিকবোৰ ঘৰমুৱা হব ধৰিছিল তেতিয়া এই বিছকুটটো সৰু লৰা-ছোৱালীৰ উপৰিও ডাঙৰ মানুহৰ ভুক মিঠাবলৈ সক্ষম হল। ৰাস্তাত সহায় কৰিব বিচৰা অজনা মানুহেও এই বিছকুটেৰ সহায় কৰিছিল বহুতোক

১৯৩৮ চনত স্থাপিত হোৱা এই কম্পানিটোৰ বিষয়ে মানুহ ভালকৈ জানে। পাৰ্লে প্ৰডাকৰ কেটাগৰিৰ মুখ্য় Mayank Shah দিয়া ইন্টাৰভিঅত ET Now বাতিৰিকাকতৰ মতে এই বিছকুটটো মাৰ্চ, এপ্ৰিল আৰু মে' মাহত 80-90% বিক্ৰি উন্নতি হৈছে যিটো কম্পানীৰ ৮০ বছৰ ৰিকোৰ্ড পৰিবৰ্তন কৰিছে।

Post a Comment

0 Comments