Ticker

6/recent/ticker-posts

Assam Police Recruitment 2020: Apply For 204 Junior Assistant & Stenographer Posts, know in Assamese.

Advertisement (বিজ্ঞাপন)
Last Date (শেষ তাৰিখ):-  04-05-2020

Assam Police (অসম আৰক্ষী) নতুনকৈ চাকৰিৰ বাবে আবেদন মুকলি কৰি দিছে। কি কি পোষ্টত আপুনি আবেদন কৰিব পাৰিব জানি লওক।


1. JUNIOR ASSISTANT (IN APHQRS)

No of posts: 15 [UR: 4, OBC/MOBC: 3, SC: 3, STH: 1, STP: 3, EWS: 1]

Pay scale of Rs 14000-49000 (Pay Band
No. 2) plus Rs. 6200 grade pay
Educational Qualification (যোগ্য়তা) :- কলা(Arts), বিজ্ঞান(Science), বানিজ্য়(Commerce) যিকোনো শাখাত স্নাতক(Graduate) উৰ্ত্তীণ হব লাগিব। আৰু কম্পিউটাৰত ডিপ্লোমা অৰ্জন কৰিব লাগিব।
2. JUNIOR ASSISTANT (DISTRICT LEVEL)
No of posts: 170 [UR: 60, OBC/ MOBC: 38, SC: 8, STH: 3, STP: 16, EWS: 45]
Pay scale of Rs 14000-49000 (Pay Band No. 2) plus Rs. 6200 grade pay
Educational Qualification (যোগ্য়তা) :- কলা(Arts), বিজ্ঞান(Science), বানিজ্য়(Commerce) যিকোনো শাখাত স্নাতক(Graduate) উৰ্ত্তীণ হব লাগিব। আৰু কম্পিউটাৰত ডিপ্লোমা অৰ্জন কৰিব লাগিব।
3. Stenographer (Grade-III)
No of posts: 19 [OBC/ MOBC: 5, SC: 1, STH: 3, STP: 5, EWS: 5]
Pay scale of Rs 14000-49000 (Pay Band No.2) plus Rs. 8700 grade pay
Educational Qualification (যোগ্য়তা) :- কলা(Arts), বিজ্ঞান(Science), বানিজ্য়(Commerce) যিকোনো শাখাত স্নাতক(Graduate) উৰ্ত্তীণ হব লাগিব। আৰু ITI বা অসম চৰকাৰ স্বীকৃত প্ৰাপ্তা যিকোনো প্ৰতিষ্ঠানৰ পৰা 80 WPM in English Stenography (ষ্টোনগ্ৰাফি) জানিব লাগিব। 
Age (বয়স):-  1 জানিৱাৰী 2020 ত 18 ৰ পৰা 38 বছৰলৈ
যেনেঃ 01-01-1982 ৰ পৰা  01-01-2002 তাৰিখৰ ভিতৰত জন্ম হব লাগিব। কিন্তু---
(i) SC, ST(H) & ST(P) ৰ বাবে 5 বছৰ বেছি।
(ii) OBC/MOBC ৰ বাবে 3 বছৰ বেছি।
Selection Process(কেনেকৈ বাছিনি কৰিব):- লিখিত পৰীক্ষা, ব্য়ৱহাৰিক পৰীক্ষা, আৰু ষ্টোনগ্ৰাফি টেষ্ট (ষ্টোনগ্ৰাফাৰৰ বাবে)
Application Fee(পৰীক্ষাৰ মাচুল): কোনো ধৰণৰ পৰীক্ষাৰ মাচুল দিব নালাগে।
কেনেকৈ আবেদন কৰিবঃ- আপুনি 04-04-2020 ৰ পৰা 04-05-2020 লৈ অনলাইনত আবেদন কৰিব পাৰিব।
 Start Date            04-04-2020 
 End Date04-05-2020 

Official English Advertisement click here
অনলাইন আবেদন লিংক (Online Apply) Click here
"টকা আৰু ভূৱা প্ৰতিশ্ৰুতিৰে কোনেও অসম আৰক্ষীত চাকৰি দিব নোৱাৰে। কেৱল যোগ্যতা আৰু নিযুক্তি পৰীক্ষাত ভাল প্ৰদৰ্শনেৰেহে চাকৰি পোৱাতো সম্ভৱ।" অধিক জানিবলৈ Official Website Visit

Post a Comment

1 Comments