Any Help: 7002215514 (Ayaan Maznu Ahmed)

About us

আমাৰ উদ্দেশ্য়ঃ আমি ডিজিটেল ভাবে কিছু ছাৰভিচ্(সেৱা) অসমৰ জনসাধৰণক দিও।

বৰ্ত্তমান আমি 783301, 783323, 783324, 783325, 783331, 783339 এই পিনকোডৰ ঠিকানাক কেস্ অন্ ডিডিভাৰি ত সেৱা আগবঢ়াও।

অহা জানুৱাৰ 2019 ত আমি অসমৰ যিকোনো ঠাইতে সেৱা আগবঢ়াৱ চেষ্টা কৰিম।